Template:Welcome/i18n/as
পঞ্জীয়নৰ পিছত আপোনাক আমাৰ প্ৰথম পদক্ষেপৰ সহায় আৰু আমাৰ সততে উত্থাপিত প্ৰশ্নসমূহে কিছু সহায় কৰিব। ইয়াত আপুনি কিদৰে ইণ্টাৰফেইচ সলনি কৰিব (উদাহৰণস্বৰূপে ভাষা), কিদৰে চিত্ৰ আপল'ড কৰিব আৰু আমাৰ মৌলিক অনুজ্ঞাৰ নীতিসমূহৰ (ৱিকিপিডিয়া কমন্সে কেৱল মুক্ত সমলহে গ্ৰহণ কৰে) চমু বিৱৰণ পাব। ইয়াত বৰঙণি আগবঢ়াবলৈ আপোনাৰ বিশেষ কাৰিকৰী জ্ঞান থকাৰ প্ৰয়োজন নাই। বিনা দ্বিধাৰে আপোনাৰ বৰঙণি আগবঢ়াওক আৰু আনৰ মনোভাৱৰ প্ৰতি ভাল ভাৱ ৰাখক। এয়া এক ৱিকি — ই সঁচাকৈয়ে অতি সহজ। You don't need technical skills in order to contribute here. Be bold when contributing and assume good faith when interacting with others. This is a wiki. অধিক তথ্যৰ বাবে সমাজৰ বাটচ'ৰাত ভুমুকি মাৰক।. আপুনি সহায় কেন্দ্ৰ, ৰাইজৰ চ'ৰা নাইবা আই.আৰ.চি. কেন্দ্ৰ #ৱিকিমিডিয়া-কমন্স (ৱেব-আড্ডা)ত যিকোনো প্ৰশ্ন উত্থাপিত কৰিব পাৰে। আপুনি কোনো প্ৰশাসককো তেওঁলোকৰ সদস্য-বাৰ্তা পৃষ্ঠাৰ সহায়ত যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ কোনো বিশেষ স্বত্বাধিকাৰ সম্পৰ্কীয় প্ৰশ্ন আছে তেন্তে, আপুনি তাক ৰাইজৰ চ'ৰাৰ স্বত্বাধিকাৰ শাখাত উত্থাপন কৰিব পাৰে। |
যদিহে আপোনাৰ ৱিকিপিডিয়াত লিখাৰ অভিজ্ঞতা আছে, আমাৰ ওচৰত আপোনাক সহায় কৰিব পৰা কিছুমান তথ্য আছে।
|